শিৱসাগৰত চান্দা উঠাবলৈ গৈ গ্ৰেপ্তাৰ দুটাকৈ সংগঠনৰ সদস্য

  • চান্দা সংস্কৃতিৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান
  • আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুটাকৈ সংগঠনৰ সদস্য
  • টাইপাৰ দুই সদস্য গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ টাইপাৰ সুনীল চাংমাই, শৈলেন চাংমাই
  • দুয়োৰে ঘৰ ডিমৌ বৰুৱা চাংমাইত
  • আৰক্ষীৰ জালত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ চাৰি সদস্য
  • গ্ৰেপ্তাৰ জিলা সভাপতি পিংকু দাস
  • গ্ৰেপ্তাৰ পাৰ্থ দাস, জিণ্টু দাস আৰু দিগন্ত বৰা
  • বলপূৰ্বক ধন সংগ্ৰহ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ SP ৰাকেশ ৰোচনৰ
  • বলপূৰ্বক ধন সংগ্ৰহৰ বাবে কঠোৰ হ’ব শিৱসাগৰ আৰক্ষী
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...