মাজুলীত দুৰ্গা পূজা নহয়। নাই বলি–বিধান প্ৰথা। পিছে মাজুলীৰ এজন সত্ৰাধিকাৰে কৈছে– এতিয়াৰে পৰা মাজুলীত পূজা পতাত তেওঁৰ আপত্তি নাই। কিন্তু সত্ৰাধিকাৰজনে কিয় ক’লে এই কথা?