দাম বৃদ্ধি পালে আলু-পিঁয়াজৰ

বিজেপিৰ অচ্ছে দিন। অচ্ছে দিনত সৰ্বসাধাৰণ ৰাইজে জ্বলা-কলা খাইছে। কাৰণ মূল্যবৃদ্ধি। এইবাৰ আলু-পিঁয়াজত বৃদ্ধি পাইছে ৫ৰ পৰা ৮ টকা পৰ্যন্ত। আলু-পিঁয়াজৰ হঠাৎ দাম বৃদ্ধিৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অসমৰ স্বাস্থ্যখণ্ডত ঐতিহাসিক সফলতা! GMCHত প্ৰথমবাৰৰ বাবে সফল লিভাৰ ট্ৰান্সপ্লাণ্ট

অসমৰ স্বাস্থ্যখণ্ডত সংযোজিত হ’ল এক নতুন অধ্যায়। গুৱাহাটী চিকিৎসা...

চাকৰি প্ৰত্যাশী আৰু চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ! ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতী আৰু চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও...

জামুগুৰিহাটত চিলনী চোৰৰ সন্ত্ৰাস! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই উধাও দুই যুৱক

জামুগুৰিহাটত পুনৰ চিলনী চোৰৰ ঘটনা সংঘটিত হৈছে। অঞ্চলটোৰ কৰতিপাৰ...