ধনশিৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে

ধনশিৰি মহকুমালৈ গৌৰৱ কঢ়িয়াই আনিলে বক্সাৰ লাভলীনাৰ বৰগোহাঁইৰ আদিগুৰু তথা ধনশিৰি মহকুমাৰ সুযোগ্য সন্তান প্ৰশান্ত কুমাৰ দাসে। ৰাষ্ট্ৰীয় মোৱাথাই এছচিয়েছনে প্ৰশান্ত কুমাৰ দাস আৰু তিনিচুকীয়াৰ শুভম চৌধুৰীক অসম আৰু উত্তৰ-পূবৰ প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব অৰ্পণ কৰিছে। আগন্তুক সময়ত উত্তৰ-পূব আৰু অসমৰ সকলো মোৱাথাই প্ৰশিক্ষাৰ্থীক আগুৱাই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশিক্ষাৰ্থীক জিলিকাই তুলিবলৈ দুয়ো প্ৰতিজ্ঞাবদ্ধ হয়।

দিল্লীৰ পৰা আহি পুৱা সৰুপথাৰ ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে দুয়োকে উষ্ম আদৰণি জনাই ধনশিৰি মহকুমা বিভিন্ন দল-সংগঠনৰ লগতে এলিটমাছেল আৰ্ট একাডেমীৰ বিষয় ববীয়াসকলে ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...