ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে অন্তৰ্ৱতীকালীন জামিন। অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ। ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত গোচৰৰ কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ আৰক্ষীক।