কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আনন্দ মিশ্ৰৰ!

  • প্ৰসংগঃ নগাঁও এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন
  • চৰকাৰী তদন্তক প্ৰত্যাহ্বান এছ পি আনন্দ মিশ্ৰৰ
  • কীৰ্তিকমলক পুনৰ ড্ৰাগছ সৰবৰাহকাৰী সজোৱাৰ চেষ্টা
  • কীৰ্তিকমলক ‘চান্দা পাৰ্টীৰ মানুহ’ আখ্যা আৰক্ষী অধীক্ষকৰ
  • সমগ্ৰ ঘটনাটো ৰাজনীতিকৰণ কৰা হৈছেঃ আনন্দ মিশ্ৰ
  • প্ৰতিবেদনত সাক্ষী সকলক সুৰক্ষা দিয়াৰ কথা কোৱা হৈছে
  • কিন্তু সাক্ষীৰ বিৰুদ্ধেও তথ্য প্ৰমাণ গতোৱাৰ হুংকাৰ এছ পিৰ
  • সকলোকে চোঁচৰাই আনিমঃ আনন্দ মিশ্ৰ
  • ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই যোৱাৰ অংগীকাৰ
  • ‘তাৎক্ষণিকভাৱে গুলীওৱাৰ সিদ্ধান্ত ভুল হ’ব পাৰে’
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত পুটিনৰ দলৰ বৃহৎ জয়; ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণৰ মাজতে অনুষ্ঠিত নিৰ্বাচন

ৰাছিয়াৰ সংসদীয় নিৰ্বাচনত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ দল United Russiaৰ...

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...