কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন

ছাত্ৰ নেতা কীৰ্তিকমল বৰাই লাভ কৰিলে অন্তৰ্ৱতীকালীন জামিন। SI প্ৰদীপ বণিয়াৰ এজাহাৰৰ ভিত্তিত 130/22 নম্বৰত নগাঁও সদৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ। নগাঁও জিলা বিশেষ ন্যয়াধীশৰ আদালতে গ্ৰাহ্য কৰিলে অন্তৰ্ৱতীকালীন জামিন। অহা ১৯ ফেব্ৰুৱাৰীলৈকে ম্যাদ থাকিব এই জামিনৰ। ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত গোচৰৰ কেচ ডায়েৰী দাখিলৰ নিৰ্দেশ আৰক্ষীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

WhatsApp হেক হৈছে নেকি? এই গোপন ক’ডটো ডায়েল কৰক আৰু WhatsApp একাউণ্ট পুনৰুদ্ধাৰ কৰক

হোৱাটচএপ একাউণ্ট হেৰুৱাই আকৌ ঘূৰাই পোৱাটো আজিকালিৰ এটা ভয়ংকৰ...

জন্মভূমিৰ ক্ষতি কৰাজন জাতিৰ প্রধান শত্রু : জয়ন্ত মল্লবৰুৱা

মন্ত্ৰীগৰাকীৰ ৰহস্যময় ‘আজিৰ চিন্তা’ ফেচবুক পোষ্টক কেন্দ্ৰ কৰি ৰাজনৈতিক...

প্ৰথম ব্ৰাজিল, তাৰ পাছত ভাৰত… ফিফা বিশ্বকাপৰ সময়ত কি অভিলেখ গঢ়িলে ভাৰতে?

২০২৬ৰ ফিফা বিশ্বকাপত যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও ভাৰতৰ ফুটবলৰ...