ৰুছৰ আক্ৰমণত খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় বিধ্বস্ত

  • খাৰ্কিভৰ আৰক্ষী মুখ্য কাৰ্যালয় ৰুছ আক্ৰমণত বিধ্বস্ত
  • খাৰ্কিভৰ এয়াৰফ’ৰ্চ ইউনিভাৰ্ছিটীতো প্ৰচণ্ড আক্ৰমণ
  • খেৰ্চান বিমানবন্দৰৰ ওচৰত প্ৰচণ্ড বিস্ফোৰণ
  • খেৰ্চান সম্পূৰ্ণৰূপে দখল কৰাৰ দাবী ৰুছ প্ৰতিৰক্ষা মন্ত্ৰীৰ
  • বিগত ২৪ ঘণ্টাত খাৰ্কিভত ২১জন ইউক্ৰেইনিয়ানৰ মৃত্যু
  • তুৰস্কৰ পৰা ইউক্ৰেইনে লাভ কৰিছে বহুসংখ্যক ড্ৰ’ন
  • ইউক্ৰেইনত সমুখ সমৰৰ লগতে অব্যাহত উভয় পক্ষৰ শক্তিৰ প্ৰচাৰ
  • জেলেনস্কীৰ দাবী – ৬ দিনত নিহত প্ৰায় ৬ হাজাৰ ৰুছ সৈন্য
  • ৫,৮৪০ ৰুছ সৈন্য নিহত: ইউক্ৰেইনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়
  • ‘ৰাছিয়াৰ ২২১খন টেংক, ৩০খন বিমান, ৩১খন হেলিকপ্টাৰ ধ্বংস’
  • ৰুছ বাহিনীৰ ৮৬২খন সশস্ত্ৰ বাহনো ধ্বংস কৰাৰ দাবী ইউক্ৰেইনৰ
  • বিপৰীতে ৰাছিয়াৰ দাবী – ইউক্ৰেইনৰ ১৫০২ সামৰিক ঘাটি ধ্বংস
  • ইউক্ৰেইনিয়ান বাহিনীৰ ৪৭২খন টেংক ধ্বংস হোৱাৰো দাবী
  • এখন ৰুছ T-80 টেংক নিজৰ নিয়ন্ত্ৰণলৈ নিলে ইউক্ৰেইনিয়ান সৈন্যই
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পত্নীক হত্যা কৰি অনুতপ্ত নেকি ৰামানুজ!

পত্নীক হত্যাৰ সন্দৰ্ভত মুখ খুলিছে ৰামানুজে। সোমবাৰে আদালতত সাংবাদিকৰ...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। ৰিখটাৰ স্কেলত প্ৰাবল্য...

আজি সুধাকণ্ঠৰ জন্মদিন, অসমে সোঁৱৰিছে মহান শিল্পীক

আজি অসমৰ সাংস্কৃতিক জগতৰ বাবে এক বিশেষ দিন। সুধাকণ্ঠ...

ৰিয়া-ৰামানুজ-ৰক্তাক্ত কোঠা আৰু কিছু অকথ্য…

মাতৃ-পিতৃ-ভাতৃ আৰু সকলোতকৈ ভালপোৱা মানুহজনৰ লগত বিয়া হৈ মৰমৰ...