বিশাল ব্ৰহ্মপুত্ৰৰ মাজত সন্ধানহীন সমীৰণ বৰা!

0 57

যোৰহাটৰ নিমাতী ঘাটত পুনৰ অঘটন। মাজুলীৰ অফলাঘাট অভিমুখী এচ বি টু চেনিমাই নামৰ ফেৰীৰ পৰা এজন যুৱকৰ ব্ৰহ্মপুত্ৰত জাঁপ। ফেৰীৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ দিয়া যুৱকজন যোৰহাটৰ চোলাধৰাৰ সমীৰণ বৰা বুলি চিনাক্ত কৰা হৈছে। যুৱকজনক ফেৰীখনৰ কৰ্মচাৰী সকলে উদ্ধাৰৰ চেষ্টা কৰিছিল যদিও সফল নহ’ল। বৰ্তমান SDRF-এ যুৱকজনক উদ্ধাৰৰ বাবে চলাই আছে অভিযান। ফেৰীখনত ৪৮গৰাকী যাত্ৰী আছিল।

Leave A Reply

Your email address will not be published.