বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক

চৰকাৰৰে শান্তি চুক্তিৰ প্ৰক্ৰিয়া চলি থকাৰ মাজতে বাংলাদেশত গ্ৰেপ্তাৰ KLOৰ সাধাৰণ সম্পাদক। বাংলাদেশ আৰ্মীয়ে গ্ৰেপ্তাৰ কৰে কৈলাশ কোঁচ নামৰ KLO সদস্যজনক। সংগঠনটোৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে এই কথা।

ভাৰত চৰকাৰে যথোপযুক্ত পদক্ষেপ লৈ ধৃত কেশৱ ৰায়ক দেশলৈ অনাৰ ব্যৱস্থা কৰাৰ আহ্বান জনাইছে সংগঠনটোৱে। উল্লেখযোগ্য যে যোৱা ৯ ফেব্ৰুৱাৰীত গ্ৰেপ্তাৰ হৈছিল KLOৰ সদস্যজন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এছিয়ান গেমছত ভাৰতৰ পঞ্চমটো সোণ,ট্ৰেপ ইভেণ্টত নীৰু ধান্দাৰ সোণৰ পদক জয়

২০২৬ৰ এছিয়ান গেমছত মঙলবাৰে মহিলাৰ ব্যক্তিগত ট্ৰেপ ইভেণ্টত সোণৰ...

ম্যানমাৰত ভয়ংকৰ বিমান আক্ৰমণ, নিহত প্ৰায় ৪৯জন

ম্যানমাৰৰ ৰাখাইন ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ বিমান আক্ৰমণ। সোমবাৰে...

ভাৰত-ম্যানমাৰ সীমান্তত অসম ৰাইফলছৰ তহলদাৰী দলক এম্বুশ্ব; শ্বহীদ এজন জোৱান

ভাৰত-ম্যানমাৰ সীমান্তত মঙলবাৰে পুৱাই অসম ৰাইফলছৰ এটা তহলদাৰী দল...

মৰণক শৰণ দি শিক্ষাৰ সন্ধানত চেঙাজানৰ কণ কণ শিক্ষাৰ্থী

জোনাইৰ বৃহত্তৰ চেঙাজান অঞ্চলত আজিও দলঙৰ অভাৱত টুলুঙা নাৱেই...