নৱম শ্ৰেণীৰ ছাত্ৰই সাজি উলিয়াইছে স্মাৰ্ট জোতা

এগৰাকী নৱম শ্ৰেণীৰ প্ৰতিভাৱান ছাত্ৰ অংকুৰিত কৰ্মকাৰ। এই ছাত্ৰজনে সাজি উলিয়াইছে চেঞ্চৰযুক্ত স্মাৰ্ট জোতা। ছাত্ৰজনে সাজি উলিওৱা এই জোতাযোৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোকে।

Assam boy designs sensor shoe for visually impaired - The Meghalayan

কৰিমগঞ্জ জিলাৰ ৰোৱােলেণ্ডৰ মেম’ৰিয়েল হাই স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত অংকুৰিত। নৱম শ্ৰেণীৰ ছাত্ৰজনে জনায় যে, ‘মোৰ লক্ষ্য হৈছে এজন বিজ্ঞানী হোৱা। মই অন্ধ লোকসকলৰ বাবে স্মাৰ্ট জোতাটো তৈয়াৰ কৰিছো। মই এনে ধৰণৰ কাম আৰু কৰিব বিচাৰো। যিয়ে মানুহ জীৱন সহজ কৰি তোলাত সহায় কৰিব।’

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...