জনতা ভৱনত চলিছে চাফাই অভিযান, কিয় জানেনে?

জনতা ভৱনত চলিছে পুৰণি ফাইলৰ চাফাই অভিযান। সদ্ভাৱনা আঁচনিৰ জৰিয়তে নিস্পত্তি কৰা হৈছে সকলো পুৰণি ফাইল। যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে সদ্ভাৱনা প্ৰকল্প। ইতিমধ্যে নিস্পত্তি হোৱা ফাইলসমূহ নিয়া হৈছে গুডামলৈ। বছৰ বছৰ ধৰি ফাইলৰ দম বান্ধি আছিল জনতা ভৱনত। ১ ফেব্ৰুৱাৰীৰ পৰা বিভিন্ন বিভাগসমূহত আৰম্ভ হৈছে ফাইল চাফাই অভিযান। অতি প্ৰয়োজনীয় ফাইলসমূহ কৰা হৈছে সংৰক্ষণৰ ব্যৱস্থা। অহা ১০ মে’ৰ পূৰ্বে সকলো পুৰণি ফাইল নিস্পত্তি কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বিভিন্ন ব্লকসমূহৰ পৰা পুৰণি ফাইলসমূহ নিয়া হৈছে গুডামলৈ। ব্লক ডি আৰু ব্লক ইৰ ওচৰতে স্থাপন কৰা হৈছে এটা গুডাম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...