আন্তঃৰাষ্ট্ৰীয়

সাৱধান কিম জং উন… সাজু আমেৰিকা, জাপান

উত্তৰ কোৰিয়াক উপযুক্ত প্ৰত্যুত্তৰ দক্ষিণ কোৰিয়া, আমেৰিকা, জাপানৰউত্তৰ কোৰিয়ালৈ লক্ষ্য কৰি কেবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপপশ্চিম উপকূলত F-15K ‍বিমানেৰে পেলোৱা হ’ল কেইবাটাও বোমাউত্তৰ কোৰিয়াৰ বিৰুদ্ধে জাপান,...

শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত মহম্মদ জুবাইৰ আৰু প্ৰতীক সিনহাৰ নাম

নোবেল বঁটাৰ বাবে দৌৰত আছে গ্ৰেপ্তাৰ কৰা ‘সত্যানুসন্ধানকাৰী’ মহম্মদ জুবেইৰ। এইবাৰ মুঠ ৩৪৩ জন ব্যক্তি আৰু সংগঠনৰ নাম শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে।...

জীৱনৰ বাবে পলায়ন : ৰুছিয়াৰ শেহতীয়া বাস্তৱ

✒️ অচিন্ত্য শৰ্মা ৰুছিয়াৰ পৰা মানুহ পলাইছেমূলত : পলাইছে পুৰুষপলাইছে নবীন-প্ৰবীণ সকলো কাৰণ পলায়ন অবিহনে যিকোনো মূহূৰ্ততে যাব লগা হব পাৰে ৰণক্ষেত্ৰলৈ। কাৰ্যত : এয়া ইউক্ৰেইণ...

ইতিহাস! দুবাৰকৈ নোবেল বঁটা পালে আমেৰিকাৰ কে বেৰী শ্বাৰ্পলেছে

পৃথিৱীৰ আটাইতকৈ সন্মানীয় বঁটা বুলি গণ্য কৰা হয় নোবেল বঁটাক। ৩ অক্টোবৰৰ পৰা ১০ অক্টোবৰলৈ একাদিক্ৰমে নোবেল বঁটা প্ৰাপকৰ নামসমূহ ঘোষণা কৰা হৈছে। ৫...

জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা উত্তৰ কোৰিয়াৰ

জাপানৰ ওপৰেৰে বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সম্পন্ন কৰিলে উত্তৰ কোৰিয়াই। ৫ বছৰৰ পিছত জাপানৰ ওপৰেৰে উত্তৰ কোৰিয়াই সম্পন্ন কৰা এই ক্ষেপণাস্ত্ৰৰ পৰীক্ষাক লৈ শংকিত হৈ...

Popular