হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন

হিমাচল প্ৰদেশৰ কুলুত ভয়াৱহ ভূমিস্খলন। ভূমিস্খলনত ৩ মহিলাসহ ৬ জন লোকৰ মৃত্যু। কুলুৰ গুৰুদ্বাৰ মণিকৰণ চাহিবৰ সমীপত এই ঘটনা। ভূমিস্খলনত আহত হয় আন কেইবাজনো লোক। দেওবাৰে সন্ধিয়া ৫ বজাত সংঘটিত হয় এই ঘটনা। পথৰ কাষত বহি থকা লোকৰ ওপৰত খহি পৰে বৃহৎ ভূখণ্ড। আহতসকলক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...

আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা।

অৱশেষত আমেৰিকা আৰু ইৰানৰ মাজত যুদ্ধবিৰতি ঘোষণা। অনাগত দুটা...

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই...