ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৯ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল অসম। দুপৰীয়া ২:১৮ বজাত অনুভূত হয় এই ভূমিকম্প। শিলচৰৰ পৰা ৯ কিলোমিটাৰ নিলগত আছিল ভূমিকম্পৰ অভিকেন্দ্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...