গুৱাহাটী

শিক্ষাবিদ, লোকসংস্কৃতিৰ সাধক ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্রকাশ

বিশিষ্ট পণ্ডিত, শিক্ষাবিদ, লোকসংস্কৃতিৰ গৱেষক, ভাষা-সংস্কৃতিৰ পুজাৰী ড° বীৰেন্দ্ৰনাথ দত্তৰ বিয়োগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰিছে। এক শোকবার্তাত মুখ্যমন্ত্রী ড°...

চাঙৰ পৰা নামি কংগ্ৰেছৰ পুনৰ ক্ষুৰধাৰ সমালোচনা

চাঙে-চাঙে কংগ্ৰেছ যাত্ৰাৰ সামৰণি পৰিল। APCCৰ সভাপতি ভূপেন বৰাৰ গৃহ সমষ্টিতেই কাৰ্যসূচীৰ সামৰণি। অংশগ্ৰহণ কৰি কংগ্ৰেছ নেতাৰ তীব্ৰ আক্ৰমণ বিজেপিক। ভূপেন বৰাই ক'লে -...

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্য

পৰ্যটকৰ বাবে মুকলি হ’ল পবিতৰা অভয়াৰণ্যঘনত্বৰ লেখেৰে অধিক গঁড়ৰ বিচৰণভূমি পবিতৰাবনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মুকলি কৰে পবিতৰাবাৰিষাৰ বাবে যোৱা মে’ মাহৰ পৰা বন্ধ হৈ থকা...

গুৱাহাটী মহানগৰীৰ সূচল যাতায়াত ব্যৱস্থাৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা

গুৱাহাটী মহানগৰীত অহা বছৰ আগষ্ট মাহৰ ভিতৰত ২০০০ চিচি টিভি সংযোগ কৰিব ৰাজ্য চৰকাৰে : মুখ্যমন্ত্ৰী গুৱাহাটী মহানগৰীৰ পথ যোগাযোগ ব্যৱস্থাত এক নতুন মাত্রা সংযোজনেৰে...

শাৰদীয় দুর্গোৎসৱ উপলক্ষে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ অসমবাসীলৈ শুভেচ্ছা

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শাৰদীয় দুর্গোৎসৱ উপলক্ষে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এক শুভেচ্ছা বার্তাত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে প্ৰাচীন কালৰে পৰা ভাৰতত...

Popular