গুৱাহাটী

মুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ অজাপৰ

পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ প্ৰলোভনৰাজ্যিক নিৰ্বাচনী আয়োগক অভিযোগ অজাপৰমুখ্যমন্ত্ৰী বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগমুখ্যমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ড্ৰাগছৰ বিৰুদ্ধে একচন মুডত অসম আৰক্ষী

লামডিঙত আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান। লামডিঙৰ নিউ কলনিৰ পৰা ড্ৰাগছ সহ আটক এজন যুৱক। আটকাধীন যুৱকজন অভিজিৎ ৰয় ওৰফে সুভম। অভিজিৎ ৰয়ৰ পৰা আৰক্ষীয়ে ৯ গ্ৰাম হেৰ'ইন...

মনলৈ সঘনাই খং উঠে নেকি? পঢ়ক আৰু সমাধান লওক!

সফলতা লাভৰ ক্ষেত্ৰত এক অন্যতম অথন্তৰ হৈছে বিৰক্তি। কোনো কামত বিৰক্তি অনুভৱ হ'লে কামৰ প্ৰতি আসক্তি কমি যায়। যাৰ বাবে মনলৈ আহে খং আৰু...

‘মৰমৰ ৰিমা মই গুচি আহিলো, বাংকুক ভালদৰে পঢ়াবা’ ফেচবুক যোগে পত্নীলৈ চিঠি লিখি আলফা স্বাধীনত যোগদান যুৱকৰ

পুনৰ আলফা স্বাধীনত যোগদান শদিয়াৰ যুৱকৰ৷ এইবাৰ আলফাত যোগদান কৰিলে তিনিচুকীয়া জনাৰ্দন গগৈয়ে৷ আলফাত যোগদানৰ পিছতে মাতৃৰ কান্দি কান্দি কাঁতৰ আহ্বান পৰেশ বৰুৱালৈ, 'মোৰ...

গৰু বিহুৰ দিনা কিয় খোৱা হয় এশ এবিধ শাক?

ৰঙালী বিহুৰ প্ৰথমটো দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। চ'ত আৰু ব'হাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই...

Popular