অসমৰ DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্রপতিৰ বিশেষ পদক

গণৰাজ্য দিৱসত দেশৰ আৰক্ষীলৈ সন্মান
দেশৰ ৯০১ আৰক্ষীলৈ বিশেষ সন্মান
সাহসিকতাৰ পদক ১৪০জন আৰক্ষীলৈ
৯৩জন আৰক্ষীলৈ ৰাষ্ট্রপতিৰ পদক
৬৬৮জন আৰক্ষীলৈ বিশেষ যোগ্যতাৰ পদক
অসমৰ DIG কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্রপতিৰ বিশেষ পদক
অসমৰ ১৪জন আৰক্ষী বিষয়া-কনিষ্টবললৈ বিশেষ যোগ্যতাৰ পদক
মহানগৰীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰালৈ বিশেষ যোগ্যতাৰ পদক
SP ৰ’জী কলিতা, মজিবুৰ ৰহমানলৈ বিশেষ যোগ্যতাৰ পদক
পৰিদৰ্শক অনুকূল মালাকাৰ, কনিষ্টবল চিকাৰী ইংতিলৈও এই পদক
লেন্সনায়ক মজিবুৰ ৰহমান চৌধুৰী, কনিষ্টবল দিলীপ কলিতালৈ এই পদক
কনিষ্টবল সোমেশ্বৰ মুদৈ, নায়ক মাণিক কাংছা বণিকলৈ এই পদক
কনিষ্টবল জোনমণি তামুলী, সুনীল ফুকন, সুভাষ ৰাভালৈ এই পদক
ASI ৰিতুমণি বৈৰাগী, লেন্সনায়ক আনন্দ ৰংহাঙলৈ বিশেষ যোগ্যতাৰ পদক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...