মৰ্মান্তিক! জ্বলি ছাই হৈ গ’ল দুজন চালক, মুখামুখি সংঘৰ্ষৰ ভয়াৱহ পৰিণতি

এটা ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ট্ৰাক ৰখাই থোৱা আছিল। সেই স্থানতে বিপৰীত দিশৰ পৰা অহা দুখন ডাম্পাৰৰ মুখামুখি সংঘৰ্ষ হয়।

লগে লগে জ্বলি উঠে তিনিওখন গাড়ী। জ্বলি ছাই হৈ গ’ল দুজনকৈ চালক।

ঘটনাটো বকোৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...