নিশা ২বজাত মুখ্যমন্ত্ৰীলৈ ফোন কৰিলে শ্বাহৰুখ খানে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে কৈছিল– কোন শ্বাহৰুখ খান? সেই অচিনাকি শ্বাহৰুখ খানেই নিশা ২বজাত ফোন কৰিলে মুখ্যমন্ত্ৰীলৈ। অচিনাকি শ্বাহৰুখৰ ফোন ৰিচিভ কৰি মাজনিশা কথা পাতিলে মুখ্যমন্ত্ৰীয়ে। টুইট যোগে সকলো কথা জনালে হিমন্ত বিশ্ব শৰ্মাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন

সন্দীপন গাৰ্গৰ জামিন মঞ্জুৰ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ...

চলিত ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাত টীম ইণ্ডিয়াত স্থান লাভ ভূৱনেশ্বৰ কুমাৰৰ

ভাৰতীয় ক্ৰিকেট দলৰ পেচ বলাৰ অৰ্শ্বদীপ সিঙৰ আঘাতক লৈ...