১৪ বছৰীয়া ছোৱালী বিয়া পাতিলেই হ’ব গ্ৰেপ্তাৰ

জনতা ভৱনত কেবিনেট বৈঠক সমাপ্ত
বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ সংবাদমেল

বাল্যবিবাহক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিষিদ্ধতাৰ পিছতো ৰাজ্যত অব্যাহত বাল্যবিবাহ

১৪ বছৰীয়া ছোৱালী বিয়া পাতিলেই গ্ৰেপ্তাৰ
POCSO আইনৰ অধীনত গ্ৰেপ্তাৰ হ’ব অভিযুক্ত
নাবালিকাক বিয়া দিলে গ্ৰেপ্তাৰ হ’ব উভয় পৰিয়ালৰ সদস্য
১৫ দিনৰ ভিতৰত আৰক্ষীয়ে চলাব অভিযান
কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূর্ণ ঘোষণা

প্ৰতি পঞ্চায়তৰ সচিবলৈ কেবিনেটৰ নিৰ্দেশনা প্ৰেৰণ
এতিয়াৰে পৰা বাধ্যতামূলক হ’ব এজাহাৰ প্ৰক্ৰিয়া
যাৱজ্জীৱন কাৰাদণ্ড হ’‍ব পাৰে নাবালিকাক বিয়া পতা অভিযুক্ত
ৰাজ্যত ব্যাপক হাৰত বাঢ়িছে বাল্যবিবাহ আৰু বাল্য মাতৃত্ব
প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ প্ৰধান কাৰণ বাব্যবিবাহ
অসমত বাল্যবিবাহৰ হাৰ ৩১ শতাংশ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...