নিশা ২ বজাত হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখৰ

অৱশেষত অসমৰ মুখ্যমন্ত্ৰীলৈ ফোন কিং খানৰ।
নিশা ২ বজাত হিমন্ত বিশ্ব শৰ্মালৈ ফোন শ্বাহৰুখৰ।
টুইটযোগে মুখ্যমন্ত্ৰীয়ে নিজেই জনালে এই কথা।
গুৱাহাটীত ‘পাঠান’ৰ প’ষ্টাৰ ফালিছিল বজৰং দলৰ সমৰ্থকে।
ভাঙি লণ্ডভণ্ড কৰিছিল নাৰেংগীৰ চিনেমা হলৰ আচবাব।
বিষয়টো সন্দৰ্ভত ব্যৱস্থা ল’বলৈ আহ্বান কিং খানৰ।
এদিন পূৰ্বে সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লৈছিল শ্বাহৰুখৰ নাম।
বলীউডৰ বহু ছুপাৰষ্টাৰে মোক ফোন কৰে: মুখ্যমন্ত্ৰী।
‘শ্বাহৰুখ খানৰ কিবা থাকিলেও মোক ফোন কৰিব’।
সঁচাকৈয়েই কিং খানে ফোন কৰিলে মুখ্যমন্ত্ৰীলৈ!।
মুখ্যমন্ত্ৰীয়ে আশ্বাস দিলে বিষয় সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ।
‘আইন-শৃংখলা ভংগকাৰীয়ে নিশ্চয় শাস্তি পাব’।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষক দিৱসৰ ভাষণ দি থাকোতেই শোকাৱহ ঘটনা…

ভাষণ দি আছিল শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়াই ঘটিল এক অনাকাংক্ষিত ঘটনা।...

নেপালত ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্তে উদ্ধাৰ চীনা শ্ৰমিকসহ দুজন

নেপালত কেইবাদিনো ধৰি বোকা আৰু ধ্বংসাৱশেষৰ মাজত চলি থকা...

১৩ বছৰ পিছত চত্তীশগড়ৰ জঘন্য নক্সালবাদী হত্যাকাণ্ডৰ ১০ মাওবাদী অভিযুক্তক দোষী সাব্যস্ত

ঝীৰাম হত্যাকাণ্ড বা ঝীৰাম উপত্যকাৰ নক্সাল আক্ৰমণ হৈছে ২০১৩...

আহোম ৰাজবংশৰ ৰাজধানী ‘ৰংপুৰ-শিৱসাগৰ’ UNESCO-ৰ বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ বাবে মনোনীত

ভাৰত চৰকাৰে অসমৰ শিৱসাগৰ(ৰংপুৰ)ক UNESCO-ৰ সম্ভাব্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ...