মহানগৰীৰ দাতালপাৰাত জব্দ নকল সোণ-টকা

মহানগৰীৰ দাতালপাৰাত জব্দ নকল সোণ-টকা। ফটাশিল আৰক্ষী, SOGৰ অভিযানত জব্দ নকল সোণ-টকা। জব্দ দুখন নকল সোণৰ নাও, ৫০০ টকীয়া নকল নোট। জব্দকৃত নকল টকাখিনিৰ পৰিমাণ প্ৰায় ৮ লক্ষাধিক টকা।ঘটনাৰে জড়িত ২ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। ধৃত ২ সৰবৰাহকাৰী বাহাৰ উদ্দিন আৰু জাকিৰ হুছেইন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...