যোৰহাটত মনোনয়ন দাখিল গৌৰৱ গগৈৰ

মনোনয়ন দাখিলৰ পূৰ্বে বিশাল ৰেলী গৌৰৱ গগৈৰ
যোৰহাটত গৌৰৱ গগৈৰ শক্তি প্ৰদৰ্শন
সহস্ৰাধিক সমৰ্থকৰ অংশগ্ৰহণ গৌৰৱ গগৈৰ ৰেলীত

মনোনয়ন পত্ৰ দাখিল কৰি যোৰহাট সংসদীয় সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ফেচবুকত এইদৰে পোষ্ট কৰে-

আজি যোৰহাট সংসদীয় সমষ্টিৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰোঁ। এই মনোনয়নে পৰিৱৰ্তন আৰু উন্নয়নৰ বাবে আগ্ৰহী অসমৰ যুৱক-যুৱতী, মহিলা, প্ৰান্তীয়, কৃষক আৰু প্ৰতিজন কঠোৰ পৰিশ্ৰমী ব্যক্তিৰ আকাংক্ষাক প্ৰতিনিধিত্ব কৰিছে।

মোৰ প্ৰতি মৰম আৰু সমৰ্থন আগবঢ়াই আস্থা প্ৰকাশ কৰা যোৰহাট লোকসভা সমষ্টিবাসী ৰাইজৰ লগতে অসমৰ ৰাইজৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ

Filed my nomination as the candidate of Indian National Congress for the Jorhat Parliamentary Constituency today. This nomination represents aspirations of the youth, women, the marginalised, the farmers and every hard working person of Assam who is eager for change and development.

My deepest gratitude to the people of Assam for the outpouring of love and support.

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আতচবাজী ব্যৱহাৰক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত; নিৰ্দিষ্ট সময়তহে ব্যৱহাৰ কৰিব পাৰিব আতচবাজী

আতচবাজীৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ নকৰে উচ্চতম ন্যায়ালয়ে। অৱশ্যে...

২৩ বছৰৰ পাছত ইৰাক এৰিলে আমেৰিকান সেনাই; নিৰাপত্তাক লৈ সৃষ্টি হৈছে নতুন শংকা

২৩ বছৰৰ পাছত ইৰাকৰ পৰা সম্পূৰ্ণৰূপে আমেৰিকান সেনা প্ৰত্যাহাৰ...

ফ্লাইডুবাই নামৰ যাত্ৰীবাহী বিমানত পাইলটৰ মাজত মাৰপিট, ছৌদি আৰৱত জৰুৰী অৱতৰণ

ফ্লাইডুবাই FZ1073 বিমানখনত সংঘটিত হোৱা ভয়ংকৰ ঘটনাক লৈ চাঞ্চল্যকৰ...