মহানগৰীৰ দাতালপাৰাত জব্দ নকল সোণ-টকা

0 156

মহানগৰীৰ দাতালপাৰাত জব্দ নকল সোণ-টকা। ফটাশিল আৰক্ষী, SOGৰ অভিযানত জব্দ নকল সোণ-টকা। জব্দ দুখন নকল সোণৰ নাও, ৫০০ টকীয়া নকল নোট। জব্দকৃত নকল টকাখিনিৰ পৰিমাণ প্ৰায় ৮ লক্ষাধিক টকা।ঘটনাৰে জড়িত ২ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। ধৃত ২ সৰবৰাহকাৰী বাহাৰ উদ্দিন আৰু জাকিৰ হুছেইন। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Leave A Reply

Your email address will not be published.