Browsing Category

এক্সক্লুচিভ

কান্তা প্ৰসাদৰ আত্মহননৰ চেষ্টা! পুনৰ বিপদত গৌৰৱ ৱাছন

YouTuberগৌৰৱ ৱাছনৰ বিৰুদ্ধে "বাবা কা ধাবা"ৰ মালিক কান্তা প্ৰসাদৰ ধন আত্মসাতৰ অভিযোগআৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্যগৌৰৱ

আত্মহননৰ চেষ্টা ‘বাবা কা ধাবা’ৰ কান্তা প্ৰসাদৰ!

‘বাবা কা ধাবা’ৰ কান্তাপ্ৰসাদক মনত আছেনে আপোনাৰ? ইউটিউবাৰ গৌৰৱ ৱাছানৰ সৌজন্যত নিশাটোৰ ভিতৰতে চেলিব্ৰিটী হৈ পৰিছিল কান্তাপ্ৰসাদ।

“শৰীৰৰ প্ৰয়োজনীয়তাৰ বাবেই যৌন সম্ভোগ কৰিছিলো, শেষ মুহূৰ্তত কিন্তু…

গুৱাহাটী, ১৮ জুন, NKTV: নীনা গুপ্তা... বি-টাউনত এগৰাকী সাহসী অভিনেত্ৰী হিচাপে পৰিচিত। এই বিষয়ে কাৰো কোনো সন্দেহ নাই।

‘নিকা’ চৰকাৰত পুনৰ দুৰ্নীতিৰ চেকা! পৰিবহন নিগমত ব্যাপক অনিয়ম

গুৱাহাটী, ১৫ জুন, NKTV: দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ দুৰ্নীতিৰ পিছত এইবাৰ পৰিবহন বিভাগত অনিয়ম। অনীতিয়েই যেন এতিয়া নীতি ASTCত।

HSLC, HS পৰীক্ষা : ল’ৰা-ছোৱালীৰ বাবে বেলেগ বেলেগ হ’ব প্ৰশ্নকাকত

মেট্ৰিক পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি আৰম্ভ। প্ৰথমবাৰৰ বাবে ৰাজ্যত দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পাতিব পৰীক্ষা। পৰীক্ষা

বাঘজান অগ্নিকাণ্ডত পাৰিপাৰ্শ্বিক ক্ষতি হৈছিল ২৫,০০০ কোটি টকাৰ

বন বিভাগৰ বিস্ফোৰক প্ৰতিবেদন বাঘজানৰ অগ্নিকাণ্ডত ডিব্ৰু-ছৈখোৱাৰ Landscapৰ ৫৫% ধ্বংসডিব্ৰু-ছৈখোৱাৰ ১২.৭ বৰ্গ কিঃমিঃ এলেকাৰ