Page 3

পথ দূৰ্ঘটনা! সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

এক হৃদয়বিদাৰক ঘটনাভয়ংকৰ দূৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যুপাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটনএখন ট্ৰাক আৰু ছুম' বাহনৰ মাজত...

পুনৰ চৰ্চাত য়োহানী দি চিলভা

‘মানিকে মাগে হিতে’ৰ পিছত এইবাৰ জনপ্রিয় হিন্দী গীত গাই ভাইৰেল শ্রীলংকান গায়িকা ‘য়োহানী’। ইন্টাৰনেটৰ পৃথিৱীত প্রশংসাৰ বৰষুণ য়োহানী দি চিলভালৈ। ছ'চিয়েল মিডিয়াত এতিয়া ট্রেন্ডিঙৰ...

বলিউডত উজলিছে বঙাইগাঁৱৰ যুৱক নিলীপ দেৱ

পৰিচালক নিলীপ দেৱৰ শেহতীয়া ফিল্ম 'দ্য মিছিং গাৰ্ল'ৰ শ্বুটিং হ'ল বঙাইগাঁৱত বঙাইগাঁৱৰ এগৰাকী যুৱক, নাম নিলীপ দেৱ। তেওঁ বৰ্তমান প্ৰতিষ্ঠিত হৈছে মুম্বাইৰ বলিউড জগতত।...

আইমী বৰুৱা পৰিচালিত আৰু অভিনীত ছবি ‘ছেমখৰ’ নিৰ্বাচিত ইণ্ডিয়ান পেন’ৰমালৈ

৫২ সংখ্যক "ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল অৱ ইণ্ডিয়া"ৰ "ইণ্ডিয়ান পেন’ৰমা"ৰ বাবে নিৰ্বাচিত অসমৰ তিনিখনকৈ ছবি অভিনেত্ৰী আইমী বৰুৱাৰ পৰিচালিত আৰু অভিনীত ডিমাছা ছবি 'ছেমখৰ'ৰ প্ৰদৰ্শনেৰে আৰম্ভ...

প্ৰথমে শ্বৰ্টছৰ প্ৰচলন ক’ত আৰু কেতিয়া হৈছিল জানেনে?

শ্বৰ্টছৰ সৃষ্টি হৈছিল পশ্চিমীয়া দেশত। ১৮শ শতিকাৰ পৰাই ইউৰোপ আৰু আমেৰিকাত শ্বৰ্টছ ব্যৱহাৰ কৰা দেখা যায়। ঘাইকৈ ব্ৰিটিছ, আমেৰিকান আৰু অন্যান্য দেশৰ সামৰিক জোৱান...

Popular