লতা মংগেশকাৰৰ দেহাৱসানত পাকিস্তানৰ শ্ৰদ্ধাঞ্জলি

সুৰৰ সম্ৰাজ্ঞী লতা মংগেশকাৰৰ দেহাৱসানত পাকিস্তানৰ শ্ৰদ্ধাঞ্জলি। লতা মংগেশকাৰলৈ গভীৰ শ্ৰদ্ধাঞ্জলি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ। তেওঁৰ মৃত্যুত পৃথিৱীয়ে এগৰাকী মহান শিল্পীক হেৰুৱালে। তেওঁৰ গীতত প্ৰশান্তি লাভ কৰিছিল সমগ্ৰ পৃথিৱীৰ শত সহস্ৰ লোক। লতা মংগেশকাৰলৈ পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ চীফ ৰমিজ ৰাজৰ শ্ৰদ্ধাঞ্জলি। কিশোৰ কুমাৰ আৰু লতাজীৰ মৃত্যুৱে সংগীতৰ ক্ষেত্ৰত মৰ্মাহত কৰি তুলিছে। পাকিস্তানতো অজস্ৰ অনুৰাগীৰ শ্ৰদ্ধাঞ্জলি শিল্পীগৰাকীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধুবুৰীৰ ইংলিছ এডুকেচন একাডেমীত আৰক্ষীৰ অভিযান

ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া শিক্ষাৰ নামত ছিণ্ডিকেট।ধুবুৰীৰ ঝগ্ৰাৰপাৰত ইংলিছ...

আজি ১ মে’ — আন্তৰ্জাতিক শ্ৰমিক দিৱস

১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ ছিকাগো চহৰত হাজাৰ হাজাৰ...

ফলাফল ল’বলৈ ছাত্ৰীগৰাকী আৰু নাই, আজি তাইৰ তিলনী

সপোন আছিল কটন বিশ্ববিদ্যালয়ত পঢ়াৰ। নিজৰ সপোনটো পূৰণ কৰাৰ...

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে কিয় পদত্যাগ কৰিলে?

নেপালৰ গৃহমন্ত্ৰী সুদান গুৰুঙে বুধবাৰে পদত্যাগ কৰিছে। তেওঁৰ পদত্যাগৰ...