ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ

মাক্ৰ’ফাইনেন্সৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা। মাইক্ৰ’ফাইনেন্সৰ ঋণ ঘূৰাই দিব নোৱাৰা মহিলাৰ বাবে ভাল খবৰ। এপ্ৰিলৰ ভিতৰত আবেদন কৰিব পাৰিব ১৪ লাখ মহিলাই। এক এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। চৰ্ত সাপেক্ষে আবেদন কৰিব পাৰিব মহিলাসকলে। আনহাতে ফেব্ৰুৱাৰীৰ ভিতৰত মুকলি হ’ব ৪০-৫০ হাজাৰ চাকৰি। চৰকাৰে শীঘ্ৰে মুকলি কৰিব বিজ্ঞাপন। শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰি সম্পন্ন কৰিব নিযুক্তি প্ৰক্ৰিয়া।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তিনিদিনীয়া দেশজোৰা বেংক কৰ্মচাৰীৰ ধৰ্মঘট; ধৰ্মঘটৰ পূৰ্বে দেওবাৰে খোলা থাকিব ৰাজহুৱা খণ্ডৰ বেংক

তিনিদিনীয়া দেশজোৰা বেংক ধৰ্মঘটৰ পূৰ্বে সেৱা ব্যাহত নহ’বলৈ ২৭...

আহি আছে ‘অৰ্ণৱ’! কোন কোন ৰাজ্যত প্ৰভাৱ পেলাৱ ‘অৰ্ণৱ’ ঘূৰ্ণীবতাহে?

আজি নিশা স্থলভাগত প্ৰৱেশ কৰিব ঘূৰ্ণীবতাহ ‘অৰ্ণৱ’ৱে। ওড়িশা, অন্ধ্ৰপ্ৰদেশ...