Page 3

৪২বছৰ বয়সত ছানিয়ে এয়া কি কৰিলে? ছানিৰ খবৰে তোলপাৰ লগালে সমগ্ৰ দেশ

ছানি লিয়নিৰ কিবা এটা হৈছে!চিন্তাত পৰিছে অনুৰাগীসকলকাৰণ, এখন এডমিট কাৰ্ডঅভিনয়ে আমুৱালে নেকি ছানি লিয়নিক?৪২বছৰ বয়সত আৰক্ষী কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ ছানি! চলি আছে উত্তৰ প্ৰদেশ...

৬৬ সংখ্যক গ্ৰেমী বঁটাৰে উজলিল ভাৰতীয় বেণ্ড ‘শক্তি’

সংগীত বিশ্বৰ অস্কাৰ ৰূপে প্ৰখ্যাত গ্ৰেমী বঁটাৰে উজ্বলিল ভাৰতৰ সংগীত আকাশৰ ৫ উজ্জ্বল নক্ষত্ৰ শংকৰ মহাদেৱন, জাকিৰ হুছেইন, ৰাকেশ চৌড়াশিয়া. ছেলভা গণেশ আৰু গণেশ...

গ্ৰেমী বঁটাত উজলিল ভাৰতৰ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইন

২ বিশিষ্ট সংগীতজ্ঞৰ ‘শক্তি’ নামৰ বেণ্ডে আঁজুৰিলে বঁটাবেষ্ট গ্ল’বেল মিউজিক এলবাম জয় ‘শক্তি’ বেণ্ডৰদিজ ম’মেণ্ট শীৰ্ষক এলবামৰ বাবে গ্ৰেমী বঁটা লাভশংকৰ মহাদেৱন, বেণ্ডটোৰ সতীৰ্থ...

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান

বিশিষ্ট সাংস্কৃতিক কৰ্মী কালীপ্ৰসাদ ৰেড্ডীৰ দেহাৱসান। ৮৯ বছৰ বয়সত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু ঘটে। মন মন্দিৰ, অনুৰাধা আদি অসমীয়া চলচ্চিত্ৰত গীত ৰচনাৰে খলকনিৰ...

‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী

৭৫ বয়সতো ‘ড্ৰিমগাৰ্ল’ৰ চমক‘মীৰাবাঈ’ হেমাৰ নৃত্যত মন্ত্ৰমুগ্ধ প্ৰধানমন্ত্ৰী মোদী কৃষ্ণ বন্দনাৰে মুখৰ মথুৰা। তাতে বলীউডৰ একালৰ ড্ৰমগাৰ্ল হেমা মালিনীৰ নৃত্য। এখন নৃত্যালক্ষ্যত মীৰাবাঈৰ চৰিত্ৰত মথুৰাৰ...

Popular