হেডফোনৰ ৰিংকেইটাৰ কাম কি জানেনে?

হেডফোনৰ ৰিংকেইটা নিশ্চয়কৈ আপুনিও দেখিছে। কিন্তু আপুনি বাৰু জানেনে এই ৰিং তিনিটাৰ ব্যৱহাৰ বা কাম কি? যদি নাজানে পঢ়ক এই প্ৰতিবেদন।

প্ৰথমতে ক’বলৈ লৈছো এটা ৰিং থকা প্লাগৰ কথা। এনে প্লাগবোৰ সংগীত বাদ্যযন্ত্ৰ, ৰেকৰ্ডাৰ, ৰেডিঅ’ আৰু অন্যান্য ডিভাইচৰ লগতে অডিঅ’ সংগ্ৰহৰ বাবে ব্যৱহাৰ কৰা হয়। এই এটা ৰিং থকা প্লাগটোক মনো জেক বুলিও কোৱা হয়।

দুটা ৰিং থকা প্লাগো আপুনি নিশ্চয় দেখিছে। এনে প্লাগবোৰ ষ্টিৰিঅ’ সংগ্ৰহ, কম্পিউটাৰ, স্মাৰ্টফোন, টেবলেট আৰু অন্যান্য ডিভাইচৰ ব্যৱহাৰৰ বাবে ব্যৱহাৰ কৰা হয়। এই প্লাগটোক ষ্টিৰিঅ’ জেক বুলিও কোৱা হয়।

আনফলে তিনিটা ৰিং থকা প্লাগবোৰ মোবাইল ফোন, হেডফোন, বাদ্যযন্ত্ৰ, কম্পিউটাৰ আৰু অন্যান্য সঁজুলিৰ সৈতে ব্যৱহাৰ কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...