দেৰগাঁও পৌৰসভাৰ পৌৰপতিৰ দায়িত্ব কাক? উপ-পৌৰপতিৰ দায়িত্ব পালে কোনে?

দেৰগাঁও পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ নাম ঘোষণা। গোলাঘাট জিলা বি জে পি কাৰ্য্যালয়ত বিধায়ক মৃণাল শইকীয়া আৰু বিজেপিৰ জিলা সভাপতি দেৱপ্ৰদীপ বৰাৰ উপস্থিতিত নাম ঘোষণা দেৰগাঁৱৰ পৌৰপতি হিচাপে নিৰ্বাচিত ৰূপাঞ্জলি বৰা আৰু উপ-পৌৰপতি সুভাঙ্কৰ ঘোষৰ। উল্লেখ্য যে দেৰগাঁও পৌৰসভাৰ মুঠ ১০টা ৱাৰ্ডতেই বিজয় সাব্যস্ত কৰা অগপ-বিজেপিৰ মিত্ৰজোঁটে গঠন কৰিছে পৌৰসভাখন।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...