APSCৰ পৰা ভাষা বিষয়ৰ পৰীক্ষা প্ৰত্যাহাৰৰ সিদ্ধান্ত

বঙাইগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰে মুঠ ১৪টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজেই সংবাদমেল যোগে এই সিদ্ধান্তসমূহ সদৰি কৰিছে। ইয়াৰে ভিতৰত অন্যতম APSCৰ পৰা ভাষা বিষয়ৰ পৰীক্ষা প্ৰত্যাহাৰৰ সিদ্ধান্ত ।

  • APSCত উত্তীৰ্ণ হ’বলৈ অসমীয়া-ইংৰাজীৰ পৰীক্ষা নিদিলেও হ’ব
  • APSCৰ পৰা ভাষা বিষয়ৰ পৰীক্ষা প্ৰত্যাহাৰৰ সিদ্ধান্ত
  • তিনিটা চৰ্তত অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত
  • অসমৰ স্থায়ী বাসিন্দা, অসমৰ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়ন
  • অসমীয়া বা সহযোগী বা জনজাতীয় ভাষা সলসলীয়াকৈ ক’ব পাৰিব লাগিব
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...