দৈনিক বাতৰি

পাঞ্জাবাৰীৰ মছজিদত কিয় গাহৰি মাংস পেলাইছিল যুৱকে?

সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ নহয়, যুৱতীক বদনাম কৰিবলৈহে গাহৰিৰ মাংস পেলোৱা হৈছিল মহানগৰীৰ মছজিদৰ সমীপত। পাঞ্জাবাৰীৰ মছজিদত গাহৰি মাংস বিতৰ্কৰ নতুন মোৰ। প্ৰেমৰ প্ৰস্তাৱ...

ফ্ৰান্স, UAE আৰু ছিংগাপুৰৰ দৰে দেশে ধাৰ লৈছে ভাৰতৰ UPI

ভাৰতৰ অনলাইন পেমেণ্ট ব্যৱস্থাৰ মূল স্তম্ভ হৈছে ইউপিআই বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ। এই ব্যৱস্থাৰ জৰিয়তে কোটি কোটি সাধাৰণ ভাৰতীয়ই ডিজিটেল পেমেণ্টৰ সৈতে সংযোগ স্থাপন...

গুজৰাটত ভাগি পৰিল দলং; নিহত ৯, আহত ১০

পুনৰ দলং ভাঙি পৰিল গুজৰাটত। বুধবাৰে পুৱা বডোদৰাৰ মহিসাগৰ নদীৰ ওপৰত গম্ভীৰা সেতু ভাঙি পৰে। সেই সময়ত দলঙখনৰ ওপৰত থকা কমেও চাৰিখন গাড়ী নদীত...

২৫ বছৰৰ মূৰত গ্ৰেপ্তাৰ হ’ল মণিকা! চৰকাৰক প্ৰতাৰণা কৰি ১৯৯৯চনত দেশ এৰি গৈছিল মণিকা

২৫ বছৰ! কেন্দ্ৰীয় চৰকাৰৰ সৈতে প্ৰৱঞ্চনা আৰু ব্যৱসায়িক কেলেংকাৰীৰ অভিযোগত অভিযুক্ত আৰু পলাতক মণিকা কাপুৰ ধৰা পৰিল। ১৯৯৯ চনত আমেৰিকালৈ পলাই যোৱা এই মহিলাগৰাকীক...

ইৰানলৈ অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিলে চীনে

ইজৰাইলৰ সৈতে যুদ্ধবিৰতিক ‘ঢাল’ হিচাপে ব্যৱহাৰ কৰি ইৰানে চীনৰ পৰা অস্ত্ৰ সৰবৰাহ আৰম্ভ কৰিছে। পশ্চিম এছিয়াৰ কেইবাটাও সংবাদমাধ্যমৰ খবৰ অনুসৰি, বেইজিঙৰ পৰা এইচকিউ-৯ আকাশ...

Popular