দৈনিক বাতৰি

গুৱাহাটীত ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান, অৰ্ধশতাধিক মহিলা কৰ্কট ৰোগীক সম্বৰ্ধনা আৰু ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান

গুৱাহাটীত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ‘অপৰূপাৰ মহীয়সী নাৰী বঁটা’ প্ৰদান অনুষ্ঠান। বেতকুছিস্থিত মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান।...

উজ্জয়িনীৰ হোটেলৰ ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ গ’ল ৪ কৰ্মচাৰীৰ

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এখন হোটেলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। হোটেলখনৰ ভূগৰ্ভস্থ আৱৰ্জনা নিষ্কাশন টেংকী (আণ্ডাৰগ্ৰাউণ্ড ভেট) পৰিষ্কাৰ কৰিবলৈ নামি বিষাক্ত গেছৰ কৱলত পৰি মৃত্যু...

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰম আৰম্ভ কৰিব IIT গুৱাহাটীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিবলৈ আগবাঢ়িছে IIT গুৱাহাটী। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিৰ শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশৰ লক্ষ্যৰে...

মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী জোনমণি গগৈ

কেব ভাড়াত লৈ পল্টনবজাৰ থানাত উপস্থিত জোনমণি। মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী। সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত মুখ নুখুলিলে জোনমণিয়ে।...

মণিপুৰত দুই সশস্ত্ৰ গোটৰ সংঘৰ্ষত ৩ কুকি যুৱক নিহত; ইম্ফলত মেইটেই-নগা সংগঠনৰ বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰৰ ননি জিলাত পুনৰ সংঘটিত হৈছে ৰক্তক্ষয়ী সংঘৰ্ষ। শনিবাৰে পুৱাৰ ভাগত দুটা সশস্ত্ৰ গোটৰ মাজত হোৱা গুলীয়াগুলীত নিহত হয় তিনিগৰাকী কুকি যুৱক। ঘটনাটো সংঘটিত...

Popular