মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী জোনমণি গগৈ

কেব ভাড়াত লৈ পল্টনবজাৰ থানাত উপস্থিত জোনমণি। মুখত কাপোৰ মাৰি হাতত ফাইল লৈ পল্টনবজাৰ থানাত সোমাল ঘনকান্তৰ পত্নী। সংবাদমাধ্যমৰ কেমেৰাৰ সন্মুখত মুখ নুখুলিলে জোনমণিয়ে। দৌৰি দৌৰি থানাৰ ভিতৰত প্ৰৱেশ জোনমণিৰ।

৬ দিনৰ অন্তত ঘাতক স্বামী ঘনকান্তক দেখাৰ সৌভাগ্য হ’ব জোনমণিৰ। বহু তথ্য জোনমণিয়ে লৈ গুৱাহাটীৰ পৰা উধাও হোৱাৰ সন্দেহ। ঘনকান্তৰ গাড়ীৰ চাবি, হোটেল বিলাস ইনৰ চুক্তি পত্ৰ, পিষ্টলৰ অনুজ্ঞাপত্ৰ, অন্যান্য তথ্য লৈ থানাত উপস্থিত। NKTVত প্ৰথমবাৰলৈ মুখ খুলিছিল ঘাতক ঘনকান্তৰ পত্নী জোনমণিয়ে। সমগ্ৰ ঘটনা টকাৰ বাবেই হৈছিল বুলি স্বীকাৰ জোনমণিৰ।হোটেল বিলাস ইন লিজত লৈ চলাব পৰা নাছিল ঘনকান্তই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

উজ্জয়িনীৰ হোটেলৰ ভূগৰ্ভস্থ টেংকীত বিষাক্ত গেছ; টেংকী চাফা কৰিবলৈ গৈ প্ৰাণ গ’ল ৪ কৰ্মচাৰীৰ

মধ্যপ্ৰদেশৰ উজ্জয়িনীৰ এখন হোটেলত সংঘটিত হৈছে এক শোকাৱহ ঘটনা।...

উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুখবৰ। ছেমিকণ্ডাক্টৰ প্ৰযুক্তিত ডিপ্ল’মা আৰু BTech পাঠ্যক্ৰম আৰম্ভ কৰিব IIT গুৱাহাটীয়ে

উত্তৰ-পূৰ্বাঞ্চলৰ কাৰিকৰী শিক্ষা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত এক নতুন...

মণিপুৰত দুই সশস্ত্ৰ গোটৰ সংঘৰ্ষত ৩ কুকি যুৱক নিহত; ইম্ফলত মেইটেই-নগা সংগঠনৰ বৃহৎ প্ৰতিবাদী সমদল

মণিপুৰৰ ননি জিলাত পুনৰ সংঘটিত হৈছে ৰক্তক্ষয়ী সংঘৰ্ষ। শনিবাৰে...

‍‍বাইহাটাৰ কমলপুৰৰ শিংৰা-বৰখাহত বিষক্ৰিয়াৰ ঘটনা; মনসা পূজাৰ ভোগ গ্ৰহণ কৰি অসুস্থ শতাধিক পুৰুষ-মহিলা

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৱৰ্তী কমলপুৰৰ শিংৰা-বৰখাহত সংঘটিত হৈছে...