দৈনিক বাতৰি

বিৰাট কোহলীয়ে গঢ়িলে বিশ্ব অভিলেখ; ২ ফৰ্মেটৰ পৰা অৱসৰলৈও পুনৰ গঢ়িলে বিশ্ব অভিলেখ

ক্ৰিকেটৰ দুটা ফৰ্মেটৰ পৰা অৱসৰ লৈছে বিৰাট কোহলীয়ে। এতিয়া তেওঁ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব। বৰ্তমান চলি আছে ভাৰত-ইংলেণ্ডৰ টেষ্ট শৃংখলা। এই বছৰৰ অক্টোবৰ মাহত...

অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ছেমিনাৰ

অহা ২১ জুলাই তাৰিখে গুৱাহাটী মাছখোৱাস্থিত ITA Cultural Complexত অনুষ্ঠিত হ'ব অসামৰিক সেৱাৰ ওপৰত উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ মুকলি ছেমিনাৰখন অনুষ্ঠিত হ'বলৈ গৈ আছে। এই অনুষ্ঠানত...

পেহেলগাম কাণ্ডৰ ‘ন্যায়’! ট্ৰাম্প প্ৰশাসনে ল’লে বিশেষ ব্যৱস্থা

আমেৰিকাই পেহেলগাম কাণ্ডৰ সৈতে জড়িত সন্ত্ৰাসবাদী সংগঠন ‘দ্য ৰেজিষ্টান্স ফ্ৰণ্ট’ বা টিআৰএফক বিদেশী সন্ত্ৰাসবাদী গোষ্ঠীৰ আখ্যা দিছে। ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ...

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক EDয়ে গ্ৰেপ্তাৰ কৰিছে। আৰ্থিক দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে তেওঁলোকৰ বাসগৃহত তালাচী চলাইছিল। শুকুৰবাৰে...

পাইকানত নিয়োগ কৰা হৈছে RAPID ACTION FORCE

ভাৰতৰ Rapid Action Force (RAF) হৈছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (Central Reserve Police Force - CRPF)ৰ এটা বিশেষায়িত শাখা, যাক ১৯৯১ চনৰ ১১ ডিচেম্বৰত...

Popular