দৈনিক বাতৰি

অগ্নিবীৰসকলৰ বাবে সুখবৰ! ৪ বছৰৰ পৰিৱৰ্তে ৬ বছৰলৈ বৃদ্ধি সেৱাৰ ম্যাদ, কেন্দ্ৰীয় চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দেশৰ সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা অগ্নিবীৰসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অগ্নিপথ আঁচনিৰ অধীনত নিযুক্ত অগ্নিবীৰসকলৰ সেৱাৰ ম্যাদ আৰু দুবছৰ বৃদ্ধি...

গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ঘৰুৱা প্ৰক্ৰিয়াকৰণত ২,৮১৪ কোটি টকাৰ আঁচনিত কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

দেশতে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ প্ৰক্ৰিয়াকৰণৰ আন্তঃগাঁথনি গঢ়ি তোলাৰ লক্ষ্যৰে ২,৮১৪ কোটি টকাৰ এখন বিশেষ আঁচনিত অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত...

হেকাৰৰ কবলত এইবাৰ ছুপাৰমাৰ্কেটৰ ফ্ৰীজ, নিশাটোৰ ভিতৰতে ৫০ ডিগ্ৰীলৈ বৃদ্ধি উষ্ণতা।কোটি কোটি টকাৰ খাদ্য নষ্ট

এতিয়া কেৱল কম্পিউটাৰ, ম’বাইল অথবা বেংকৰ তথ্যই নহয়, হেকাৰৰ লক্ষ্য হৈ পৰিছে ছুপাৰমাৰ্কেটৰ ফ্ৰীজ আৰু ফ্ৰীজাৰো। আপুনি কিনিবলৈ যোৱা সতেজ শাক-পাচলি, মাছ-মাংস অথবা দুগ্ধজাত সামগ্ৰী...

ট্ৰাম্পৰ পৰাজয়ত এছিয়াৰ শ্বেয়াৰ বজাৰত ব্যাপক প্ৰভাৱ, ছেনছেক্স-নিফটিৰ চমকপ্ৰদ উত্থান! বিনিয়োগকাৰীৰ সম্পত্তি বৃদ্ধি পালে ৫ লাখ কোটি টকা।

আমেৰিকাৰ মধ্যৱৰ্তী নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি বিশ্বৰ শ্বেয়াৰ বজাৰত সৃষ্টি হৈছে মিশ্ৰ প্ৰতিক্ৰিয়া। এছিয়াৰ কেইবাখনো দেশৰ শ্বেয়াৰ বজাৰত ব্যাপক পতন ঘটাৰ বিপৰীতে ভাৰতীয় শ্বেয়াৰ...

আলফা (স্বাধীন)লৈ পুনৰ অসমৰ যুৱক, তিনিচুকীয়াৰ পৰা সন্ধানহীন ৯ যুৱকক লৈ চাঞ্চল্য অব্যাহত

উজনি অসমত পুনৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ত যুৱকৰ যোগদানক লৈ উদ্বেগজনক খবৰ। তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা একেলগে ৯জন যুৱক সন্ধানহীন হোৱা ঘটনাই...

Popular