দৈনিক বাতৰি

পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰ

জাৰ্মানীৰ বিপক্ষে দুটাকৈ আত্মঘাতী গ'লজাৰ্মান বাহিনীৰ হাতত ৪-২ গলত পৰাস্ত পৰ্তুগালপৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা বিশ্ব চেম্পিয়ন ফ্ৰান্সৰতাৰকাসমৃদ্ধ ফ্ৰান্সৰ বিপক্ষে হাংগেৰীৰ চমক গুৱাহাটী, ২০ জুন, NKTV: ইউৰো...

নতুন জনসংখ্যা নীতিৰ পৰা কোনে কোনে পাব ৰেহাই?

ৰাজ্যত প্ৰৱৰ্তন হ'ব নতুন জনসংখ্যা নীতিসন্তান জন্ম দিয়াৰ ক্ষেত্ৰত সাৱধানঅধিক সন্তানৰ বাবে বঞ্চিত হ'ব পাৰে সুবিধাৰ পৰা গুৱাহাটী, ২০ জুন, NKTV: ৰাজ্যত অচিৰেই প্ৰৱৰ্তন হ’ব জনসংখ্যা...

বলীউডৰ চেলিব্ৰিটি সকলে কি দৰে উদযাপন কৰিলে পিতৃ দিৱস

গুৱাহাটী, ২০ জুন, NKTV:আজি সমগ্ৰ বিশ্বই পিতৃ দিৱস উদযাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা এই দিনটো পিতৃ বা পিতৃৰ ব্যক্তিত্বৰ গুৰুত্বৰ ওপৰত প্ৰতিফলিত হোৱা বুলি...

পৰীক্ষা বাতিলঃ মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ?

গুৱাহাটী, ১৯ জুন, NKTV: মূল্যায়নৰ বাবে কি বিকল্প আছে শিক্ষা বিভাগৰ হাতত? শিক্ষা বিভাগে মূল্যায়ন কমিটী গঠন কৰাৰ সময়ত উত্থাপিত হৈছে জটিল প্ৰশ্ন! দশম শ্ৰেণীৰ...

কেন্দ্ৰীয় কেবিনেটত ‘সৰ্বা’ IN, ‘তেলী’ OUT!

গুৱাহাটী, ১৯ জুন, NKTV: কি হ’ব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতিক ভৱিষ্যৎ? হাইকমাণ্ডৰ তলব পাই বৃহস্পতিবাৰৰ পৰা দিল্লীত বাহৰ পাতি আছে সৰ্বানন্দ সোণোৱাল। অসমৰ মুখ্যমন্ত্ৰিত্বৰ পদ হিমন্ত বিশ্ব...

Popular