দৈনিক বাতৰি

কাজিৰঙাৰ মাজেৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা

বানৰ পৰিস্থিতি উন্নত নোহোৱালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ অসম চৰকাৰৰ। উত্তৰ পাৰেৰে চলিব গধুৰ যান বাহন। উজনিৰ পৰা নামনিলৈ ৰাওনা...

গুৱাহাটীলৈ স্থানান্তৰিত হ’ব OILৰ মুখ্য কাৰ্যালয়

উত্তৰ গুৱাহাটীৰ Skill Development Instituteত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ৰামেশ্বৰ তেলী‘অচিৰেই গুৱাহাটীলৈ স্থানান্তৰিত হ’ব অইল ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়’উত্তৰ গুৱাহাটীত গুৰুত্বপূৰ্ণ মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰপেট্ৰ'লিয়ামৰ...

বানত বুৰিছে কাজিৰঙা-পবিতৰা

বানত বুৰিছে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পবিতৰা অভয়াৰণ্যৰো ৮০ শতাংশ বনাঞ্চল বানৰ কবলত। কাজিৰঙাৰ বুঢ়াপাহাৰ, বাগৰি, কঁহৰা আৰু অগৰাতলী আটাইকেইটা বনাঞ্চলতে এতিয়া পানী।...

টকিঅ’ পেৰালিম্পিক : পদক পাইয়ো হেৰুৱালে বিনোদ কুমাৰে

টকিঅ' পেৰালিম্পিক সমিতিয়ে বিকলাঙ্গতা শ্ৰেণীবিভাজন মূল্যায়নত অযোগ্য বুলি ঘোষণা কৰাৰ পিছত সোমবাৰে ভাৰতীয় ডিচকাচ থ্ৰ'য়াৰ বিনোদ কুমাৰে তেওঁৰ ব্ৰঞ্জৰ পদক হেৰুৱায়। ১৯৭১ চনৰ ভাৰত-পাকিস্তান...

আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ষ্টুৱাৰ্ট বিন্নীৰ

এদিনীয়া ক্ৰিকেটত সৰ্বশ্ৰেষ্ঠ Bowling Figureৰ অভিলেখ আছিল বিন্নীৰ ভাৰতৰ হৈ আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিদ্বন্দিতা কৰা কৰ্ণাটকৰ অল-ৰাউণ্ডাৰ ষ্টুৱাৰ্ট বিন্নীয়ে সোমবাৰে প্ৰথম শ্ৰেণী আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা...

Popular