কাজিৰঙাৰ মাজেৰে গধুৰ বাহন চলাচলত নিষেধাজ্ঞা

বানৰ পৰিস্থিতি উন্নত নোহোৱালৈকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে গধুৰ যান-বাহন চলাচলত বাধা আৰোপ অসম চৰকাৰৰ। উত্তৰ পাৰেৰে চলিব গধুৰ যান বাহন।

  • উজনিৰ পৰা নামনিলৈ ৰাওনা হোৱা বাহনৰ বাবে নিৰ্দেশ।
  • ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ উত্তৰ পাৰেৰে নামনিলৈ যাব।
  • নামনিৰ পৰা উজনিলৈ যোৱা বাহনসমূহৰ বাবেও নিৰ্দেশনা।
  • শৰাইঘাট দলং-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ উজনিলৈ…
  • ৰঙিয়া-বাইহাটা-উত্তৰ পাৰ-বগীবিল দলং হৈ এই দুটা পথেৰে নামনিৰ পৰা উজনিলৈ যাব পাৰিব।
  • গুৱাহাটীৰ মাজেৰে যাবলগীয়া বাহনসমূহ কলীয়াভোমোৰা সেতু হৈ উত্তৰ পাৰ-বগীবিল দলঙেৰে উজনিলৈ যাব পাৰিব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আৰক্ষীৰ এই পথ নিৰ্দেশনা।
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...