আফগানিস্তান এতিয়া সম্পূৰ্ণ স্বাধীন: তালিবান

আফগানিস্তান এৰিলে মাৰ্কিন সেনাৰ অন্তিমটো গোটে
সোমবাৰে নিশাই কাবুল এৰিলে মাৰ্কিন সেনাই
গুলী, আতচবাজীৰে তালিবানৰ বিজয় উৎসৱ
তালিবানীৰ ঘোষণা আফগানিস্তান এতিয়া সম্পূৰ্ণ স্বাধীন

আফগানিস্তান এৰিলে মাৰ্কিন সেনাই। অৱসান ঘটিল তালিবানৰ বিৰুদ্ধে ২০বছৰীয়া যুদ্ধ আৰু আফগানিস্তান পুনৰ নিৰ্মাণ অভিযানৰ। তালিবানৰ বিৰুদ্ধে দুই দশক পূৰ্বে আফগানিস্তানত আৰম্ভ হৈছিল আমেৰিকাৰ অভিযান, তালিবানবাহিনীৰ ক্ষমতা দখলেৰে অন্তঃ পৰে এই অভিযানৰ। ইয়াৰ লগে লগে পাঞ্জশীৰ উপত্যকাৰ বাহিৰে সমগ্ৰ আফগানিস্তানেই এতিয়া তালিবানৰ নিয়ন্ত্ৰণলৈ গ’ল।

আফগানিস্তান এৰাৰ মূহুৰ্তত মাৰ্কিন সেনা বাহিনীৰ অন্তিমজন সৈনিক

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এজন বিশেষ ব্যক্তিয়ে খোৱাৰ লগে লগে ষ্টক মাৰ্কেটত বৃদ্ধি পালে ফ্ৰাইড চিকেনৰ শ্বেয়াৰৰ মূল্য

দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলৰ এক বিশেষ সন্ধ্যা। এখন সুন্দৰ...

ত্ৰিপুৰাৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফীৰ মেচৰ বাবে অসম দল ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ৮ নৱেম্বৰৰ পৰা ত্ৰিপুৰাৰ বিৰুদ্ধে...

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি...