দৈনিক বাতৰি

মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত PWDৰ ঠিকাদাৰ

মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত এজন ঠিকাদাৰPWDৰ ঠিকাদাৰ ভৱদেৱ মহন্তৰ বিৰুদ্ধে গোচৰচানমাৰি থানাত গোচৰ তৰিলে লোকনিৰ্মাণ বিভাগেপানেৰীৰ এটা পথ আৰু এখন দলং নিৰ্মাণৰ বাবে...

দেশত ধৰা পৰিল পঞ্চমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা

দেশত ধৰা পৰিল পঞ্চমটো অমিক্ৰন সংক্ৰমণৰ ঘটনা। কৰ্ণাটক, মহাৰাষ্ট্ৰ, গুজৰাটৰ পিছত এইবাৰ দিল্লীত অমিক্ৰন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। টাঞ্জানিয়াৰ পৰা দিল্লীত উপস্থিত হোৱা এজন...

নাগালেণ্ড : উগ্ৰপন্থী সন্দেহত নিৰীহ লোকক হত্যা! তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

নাগালেণ্ডৰ মন জিলাত উত্তপ্ত পৰিস্থিতি। উগ্ৰপন্থীৰ সন্দেহত ১৩জনকৈ নিৰীহ লোকক হত্যা কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় জিলাখনত। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা...

গোহাঁইকমল আলিক বিশেষ অর্থনৈতিক ক’ৰিডৰ হিচাপে নিৰ্মাণৰ সম্ভাৱনীয়তা অধ্যয়নৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

অসম ৰাজ্যিক আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডক পুনৰুজ্জীৱিত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক...

প্ৰেমিক যুগলৰ বাবে দুঃখবৰ! এইবাৰ খ্ৰীষ্টমাছত কৰিব নোৱাৰিব চুম্বন

চুম্বন কৰি ফটোও আপলোড কৰিব নোৱাৰিব ছ’চিয়েল মিডিয়াত ন’ভেল কৰ’না ভাইৰাছৰ নতুন ভেৰিয়েণ্ট ‘অ’মিক্রন’ক লৈ উদ্বিগ্ন বিশ্ববাসী। দক্ষিণ আফ্রিকাত অতি মাৰাত্মক এই ভেৰিয়েণ্টটো চিনাক্ত হোৱাৰ...

Popular