মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত PWDৰ ঠিকাদাৰ

  • মুখ্যমন্ত্ৰীৰ জাল চহী কৰি বিপদত এজন ঠিকাদাৰ
  • PWDৰ ঠিকাদাৰ ভৱদেৱ মহন্তৰ বিৰুদ্ধে গোচৰ
  • চানমাৰি থানাত গোচৰ তৰিলে লোকনিৰ্মাণ বিভাগে
  • পানেৰীৰ এটা পথ আৰু এখন দলং নিৰ্মাণৰ বাবে যো-জা চলাইছিল মহন্তই
  • মুখ্যমন্ত্ৰীৰ জাল চহী দি PWD বিভাগক দিছিল এখন পত্ৰ
  • মুখ্যমন্ত্ৰীৰ চহী সন্নিৱিষ্ট পত্ৰ পৰীক্ষা কৰাওঁতে ধৰা পৰিল জালিয়াতি
  • চানমাৰি থানাত প্ৰৱঞ্চনাৰ গোচৰ ভৱদেৱ মহন্তৰ বিৰুদ্ধে
  • থানাত হাজিৰ হ’বলৈ দিয়াৰ পিছতো ভৱদেৱ হাজিৰ হোৱা নাই এইপৰ্যন্ত
  • PWDৰ মুখ্য অভিযন্তা সঞ্জীৱ শ্যামে দাখিল কৰে এজাহাৰ
  • ওদালগুৰিৰ ঠিকাদাৰ ভৱদেৱ মহন্তক বিচাৰি আৰক্ষীৰ অভিযান
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ

যোৰহাটত ভুৱা চিকিৎসক গ্ৰেপ্তাৰ। দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ পৰিয়ালৰ...

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ড: মৃত্যুদণ্ডক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ মুছকান-চাহিল

মীৰাটৰ ‘নীলা ড্ৰাম’ হত্যাকাণ্ডৰ দোষী মুছকান আৰু চাহিলে মৃত্যুদণ্ডক...

গোলাঘাটত লোমহৰ্ষক হত্যাকাণ্ড

গোলাঘাটৰ ৰঙাজানৰ ২ নং বৰগাঁৱত সংঘটিত হৈছে এক লোমহৰ্ষক...