দৈনিক বাতৰি

ৰাজস্থানত দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত ভয়ংকৰ দুৰ্ঘটনা, কমেও ৮জনৰ মৃত্যু, আহত ৯ জন

ৰাজস্থানৰ কোটাত শনিবাৰে পুৱা দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ৮জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯জন আহত হয়। তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া...

‘দৃশ্যম’ চাই শিকিলে অপৰাধৰ কৌশল! সোণৰ চেইন, বাইকৰ লোভত সহপাঠীক হত্যাৰ অভিযোগ দুই কিশোৰৰ বিৰুদ্ধে

মহাৰাষ্ট্ৰৰ থানে জিলাত জন্মদিনৰ পাৰ্টি আৰু এখন মটৰ চাইকেল কিনাৰ পৰিকল্পনাই কাল হ’ল এগৰাকী ১৭ বছৰীয়া কিশোৰৰ বাবে। সোণৰ চেইন কাঢ়ি নিয়াৰ উদ্দেশ্যে নিজৰ...

ৰিলায়েন্সৰ সৈতে বিবাদৰ মাজতে ষ্টাৰলিংকৰ প্ৰত্যুত্তৰ, ভাৰতত সেৱা আৰম্ভ কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ বুলি দাবী ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকৰ

ভাৰতত দ্ৰুতবেগী ইণ্টাৰনেট সেৱা আগবঢ়াবলৈ সাজু বুলি ঘোষণা কৰিছে ইলন মাস্কৰ মালিকানাধীন উপগ্ৰহভিত্তিক ইণ্টাৰনেট সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান ষ্টাৰলিংকে। ভাৰতত প্ৰয়োজনীয় চৰকাৰী অনুমোদন লাভ কৰাৰ...

দিল্লীত প্ৰতিবাদৰ মাজতে CJPৰ মুৰব্বী অভিজিৎ দীপকে গ্ৰেপ্তাৰ, AISAৰ মুৰব্বী নেহা বৰাক মুকলি

দিল্লীৰ কন’ট প্লেচত শুকুৰবাৰে অনুষ্ঠিত ‘লেহৰা দো তিৰংগা’ প্ৰতিবাদী সমদলৰ পূৰ্বে দিল্লী আৰক্ষীয়ে কক্ৰ’চ জনতা পাৰ্টি (CJP)ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে আৰু অল ইণ্ডিয়া ষ্টুডেণ্টছ...

ভাৰতৰ ওপৰত ১০০% শুল্ক আৰোপৰ ভাবুকি স্থগিত ট্ৰাম্পৰ; ৰাছিয়াৰ তেল ক্ৰয়ক লৈ ভাৰত-চীনক বৃহৎ সকাহ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ সৈতে জড়িত শুল্ক আৰু নিষেধাজ্ঞাৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত ভাৰত আৰু চীনৰ ওপৰত ৰাছিয়াৰ...

Popular