দৈনিক বাতৰি

PM CARES শিশুৰ বৃত্তি লাভত আধাৰ কাৰ্ড বাধ্যতামূলক কেন্দ্ৰৰ; আধাৰ নাথাকিলেও বিকল্প নথিৰে লাভ কৰিব সুবিধা

PM CARES for Children আঁচনিৰ অধীনত বৃত্তিৰ সুবিধা লাভ কৰিবলৈ আধাৰ প্ৰমাণীকৰণ অথবা আধাৰ নম্বৰ থকাৰ প্ৰমাণ দাখিল কৰাটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই...

গোৱালপাৰাৰ লক্ষীপুৰত বাংলাদেশীৰ সন্দেহত ২ মহিলাক আটক; অবৈধ অনুপ্ৰৱেশত সহযোগিতাৰ অভিযোগত আন এজন লোককো আটক আৰক্ষীৰ

গোৱালপাৰা জিলাৰ লক্ষীপুৰত অবৈধ অনুপ্ৰৱেশৰ অভিযোগত দুগৰাকী মহিলাক আটক কৰিছে আৰক্ষীয়ে। বিশেষ সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষীয়ে নিশা ৰংছাই-জুৰিগাঁও আৰু বাপুৰভিটা গাঁৱত অভিযান চলাই...

২০১৮ চনৰ মানহানিৰ গোচৰত ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে দিল্লীৰ আদালতৰ নতুন পৰোৱানা জাৰি; ‘BJP IT Cell Part II’ ভিডিঅ’ক লৈ গোচৰ, ৩১ অক্টোবৰত পৰৱৰ্তী শুনানি

ইউটিউবত প্ৰকাশ কৰা এটা ভিডিঅ’ক কেন্দ্ৰ কৰি ৰুজু হোৱা ২০১৮ চনৰ মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে শনিবাৰে নতুনকৈ জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে...

লণ্ডনৰ পৰা ‘ভোট চুৰি’ৰ বিৰুদ্ধে প্ৰতিবাদত নামিব ইউটিউবাৰ ধ্ৰুৱ ৰাঠী; নিৰ্বাচন আয়োগক লৈ বিতৰ্কৰ মাজতে ভাৰতীয়ক একত্ৰিত হোৱাৰ আহ্বান ইউটিউবাৰজনৰ

ইউটিউবাৰ ধ্ৰুৱ ৰাঠীয়ে লণ্ডনত উপস্থিত হোৱা বুলি জনাইছে আৰু দেওবাৰে লণ্ডনৰ পাৰ্লিয়ামেণ্ট স্কোৱাৰত থকা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত ‘ভোট চুৰি’ৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া প্ৰতিবাদত...

১৪খন ৰাজ্য আৰু ৩খন কেন্দ্ৰীয়শাসিত অঞ্চলত ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ; ১২ নৱেম্বৰত খচৰা, ৪ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা

এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ হৈছে— আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, কেৰালা, লক্ষদ্বীপ, মধ্যপ্ৰদেশ, মণিপুৰ, পুডুচেৰী, পঞ্জাব, ৰাজস্থান, তামিলনাডু, উত্তৰ...

Popular