দৈনিক বাতৰি

গাজাৰ চিকিৎসালয়ত ইজৰাইলৰ বিমান আক্ৰমণ, নিহত কমেও ৪ জন, আহত কেইবাজনো

দক্ষিণ গাজাৰ খান ইউনিছ চহৰৰ নাছেৰ চিকিৎসালয়ত ইজৰাইলৰ বিমান আক্ৰমণ। বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত এই আক্ৰমণত কমেও ৪জন লোকৰ মৃত্যু হৈছে। আনহাতে, গুৰুতৰভাৱে আহত...

জম্মু-কাশ্মীৰত সন্ধানহীন দুই আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ, সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱাৰ সন্দেহ

জম্মু-কাশ্মীৰৰ কুলগামত চি আৰ পি এফৰ শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এইবাৰ কিষ্টৱাৰত উদ্ধাৰ হৈছে সন্ধানহীন হৈ থকা স্পেচিয়েল অপাৰেচনছ গ্ৰুপ (SOG)ৰ দুই আৰক্ষী বিষয়াৰ...

হৰমুজ প্ৰণালী মুকলি আৰু আমেৰিকাৰ সৈতে আলোচনাৰ বাবে ইৰানৰ ৭টা চৰ্ত, দাবী মানি নল’লে যুদ্ধবিৰতিৰ আলোচনাও নহয়

আমেৰিকাৰ সৈতে পুনৰ আলোচনাত বহিবলৈ আৰু কৌশলগতভাৱে গুৰুত্বপূৰ্ণ হৰমুজ প্ৰণালী মুকলি কৰিবলৈ সাতটা চৰ্ত বান্ধি দিছে ইৰানে। ৱাশ্বিংটনে এই চৰ্তসমূহ মানি নোলোৱালৈকে হৰমুজ প্ৰণালী...

কয়লা ব্যৱসায়ী নবীন সিংঘলৰ প্ৰতিষ্ঠানত GST Intelligenceৰ অভিযান, উদ্ধাৰ ২.৫ কোটি টকাৰ কৰ

কয়লা ব্যৱসায়ী নবীন কুমাৰ গুপ্তা ওৰফে নবীন সিংঘলৰ ব্যৱসায়িক প্ৰতিষ্ঠানত GST Intelligenceৰ বৃহৎ অভিযান। ৭দিন ধৰি চলা তদন্ত আৰু অভিযানৰ অন্তত তদন্তকাৰী দলে উদ্ধাৰ...

দুটা অবৈধ প্ৰেমৰ সম্পৰ্কৰ অভিযোগক লৈ বিপদত NVIDIAৰ CEO জেনছেন হুৱাং! CEO পদ হেৰুৱাৰ আশংকা;পদৰ পৰা অপসাৰণৰ প্ৰস্তুতি চলাইছে NVIDIAৰ পৰিচালনা সমিতিয়ে

বিশ্বৰ আগশাৰীৰ চিপ নিৰ্মাণকাৰী প্ৰতিষ্ঠান NVIDIAৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) জেনছেন হুৱাঙক পদৰ পৰা অপসাৰণৰ প্ৰস্তুতি চলাইছে প্ৰতিষ্ঠানটোৰ পৰিচালনা সমিতিয়ে। দুটা অবৈধ সম্পৰ্কৰ অভিযোগক...

Popular