দৈনিক বাতৰি

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে বন্দুকধাৰীয়ে কৰা গুলীচালনাত ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত হয়। কাৰাক প্ৰদেশৰ হামুদ গীৰ্জাত সংঘটিত...

ড্ৰাইভিং লাইচেন্সত আহিব বিশেষ পৰিৱৰ্তন: ভাৰতীয় আৰু বিদেশী নাগৰিকসকলক পৃথক কৰিবলৈ বেলেগ বেলেগ ৰঙৰ লাইচেন্সৰ প্ৰস্তাৱ

কেন্দ্ৰীয় চৰকাৰে ড্ৰাইভিং লাইচেন্স (Driving License) নিয়মসমূহ সলনি কৰাৰ পৰিকল্পনা হাতত লৈছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে (MoRTH) এই সন্দৰ্ভত এক খচৰা অধিসূচনা জাৰি...

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, ৰোহিণীৰ ভেংকটেশ্বৰ পাব্লিক স্কুল (Venkateshwar Public School) আৰু ময়ুৰ বিহাৰৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ।আজিৰে পৰা আৰম্ভ হৈছে জিম্বাব’ৱেৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া শৃংখলা।...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি কোৱাৰ্টাৰ ফাইনেলত অস্মিতা পৰাস্ত হয় জাপানৰ বিৰুদ্ধে।।বিশ্ব চেম্পিয়ন, প্ৰাক্তন ৱৰ্ল্ড নম্বৰ ৱান নজ’মি অকুহাৰাৰ বিৰুদ্ধে...

Popular