মহানগৰীত পুনৰ ছুৰিকাঘাতৰ ঘটনাবৰদেউতাকক আক্ৰমণ ভতিজাকৰবৰা চাৰ্ভিচত সংঘটিত হৈছে এই ঘটনাপাৰিবাৰিক কন্দলৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহঘটনাস্থলীত উপস্থিত পল্টনবজাৰ আৰক্ষীআহত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ
আমেৰিকাৰ ৱাশ্বিংটনত সংঘটিত হৈছে ভয়ংকৰ বিমান দুৰ্ঘটনা। আকাশমাৰ্গত সেনাৰ হেলিকপ্টাৰেৰে যাত্ৰীবাহী বিমানৰ সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনা। বিমানখনত আছিল ৬৪ জন যাত্ৰী সহ ক্ৰু-মেম্বাৰ। আনফালে...