সৰুপথাৰত অঘটন, চানা খাই অসুস্থ ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী

সৰুপথাৰৰ উৰিয়ামঘাটত খাদ্যত বিষক্ৰিয়া। চানা খাই ৫০ৰো অধিক ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱাৰ সন্দেহ। বমি, পেটৰ বিষ, জ্বৰত আক্ৰান্ত শিক্ষাৰ্থীসকল। সৰুপথাৰ আৰু বোকাজান চিকিৎসালয়ত ভৰ্তি অসুস্থ শিশুকেইটিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াৰ মাটিত বাংলাদেশৰ ইতিহাস…

৯ উইকেটত পৰাস্ত অষ্ট্ৰেলিয়া। ২২ আগষ্টত দ্বিতীয়খন টেষ্ট, শৃংখলা...

‘ৰাজনীতিত প্ৰৱেশ কৰাটোৱেই আছিল মোৰ ভুল’: দলীয় কাৰ্যালয়ত উদ্ধাৰ পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষৰ মৃতদেহ

পশ্চিমবংগ বিধানসভাৰ প্ৰাক্তন উপাধ্যক্ষ তথা তৃণমূল কংগ্ৰেছৰ (TMC) জ্যেষ্ঠ...